সঁজুলি

Assamese Keyboard

অসমীয়া কী-ব’ৰ্ড (Assamese Keyboard)

কম্পিউটাৰ, মবাইল বা টেবলেটত সহজে অসমীয়া লিখিব পৰাকৈ কী-ব’ৰ্ড কিছুমান সাজি উলিওৱা হৈছে৷ সেইবোৰ ইয়াৰ পৰা Download কৰি ল’ব পাৰিব৷


Download
Geetanjali Converter

লাচিত ৰূপান্তৰক (Lachit Converter)

ইউনিক’ডৰ পৰা গীতাঞ্জলিলৈ বা গীতাঞ্জলিৰ পৰা লেখা ৰূপান্তৰ কৰিবলৈ এটা ৰূপান্তৰক ইয়াত পাব৷ এই সঁজুলিটোত বানানো শুদ্ধ কৰি ল’ব পাৰিব৷


Download
Assamese Spell Chcker

লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit SpellChecker)

কোনো এটা লেখাত থকা বঙালী ৰ; বিভক্তি, চন্দ্ৰবিন্দু, নিৰ্দেশাত্মক প্ৰত্যয়, যুক্তাক্ষৰ, ণত্ব বিধি-ষত্ব বিধি, যতিচিহ্ন, ঠিক কৰাৰ লগতে ১৩৫০টাৰ অধিক সততে ভুল হোৱা শব্দ ই এবাৰতে ঠিক কৰি দিয়ে৷


Download
Assamese Ebook

অসমীয়া ই-কিতাপ (Assamese E-Book)

কিছু পুৰণি তথা দুষ্প্ৰাপ্য পাঁচালী তথা কপিৰাইট মুক্ত কিতাপ অসমীয়া উইকিউৎসৰ (Assamese Wikisource) পৰা সংগ্ৰহ কৰি ই-বুক হিচাপে ইয়াত ৰখা হৈছে৷ এই কিতাপবোৰ মবাইল বা টেবলেটত পঢ়িবলৈ সুচল৷


Download
Browser plugin

ব্ৰাউজাৰ প্লাগ্‌-ইন (Browser plug-in)

গুগুল ক্ৰ’মৰ বাবে চিলাৰায় আৰু মজিলা ফায়াৰফক্সৰ বাবে দুটা প্লাগ্‌-ইন সজা হৈছিল৷ এই দুটাই বানান পৰীক্ষক আৰু স্বয়ং-নিৰ্দেশক(Auto suggestion) হিচাপে কাম কৰে৷


Download
Assamese Dictionary

অভিধান (Dictionary)

এখন মুক্ত অসমীয়া ডিজিটেল অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি থকা হৈছে৷ এই প্ৰকল্পটি অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব৷ ইচ্ছুক স্বেচ্ছাসেৱকসকলে আমাক যোগাযোগ কৰিব পাৰে৷


Download
Assamese Font

ফণ্ট (Assamese Font)

অসমীয়া ইউনিক’ড ফণ্ট নাই বুলিবই পাৰি৷ সেইবাবে ইউনিক’ড ফণ্ট কেইটামান পৰ্য্যায়ক্ৰমে সজাৰ পৰিকল্পনা কৰা হৈছে৷ ইচ্ছুক স্বেচ্ছাসেৱকসকলে আমাক যোগাযোগ কৰিব পাৰে৷


Download
Blood Bank

ৰক্ত বান্ধৱ (Blood Bank)

প্ৰয়োজনত ৰক্তদাতা বিচাৰি পোৱাত সহায় হোৱাকৈ এই এপটো নিৰ্মাণ কৰা হৈছে৷৷


Download
Assamese Word Puzzle

শব্দজাল (Word Puzzle)

শব্দজাল ধৰণৰ পৰীক্ষামূলক অসমীয়া মোবাইল গেম এপ


Download

লাচিত কী-ব’ৰ্ড (Lachit Keyboard)

Lachit Keyboard for Windows

Windows

মাইক্ৰ’ছফ্ট ৱিণ্ড’জত লিখিবৰ বাবে অসমীয়া আৰু হিন্দী কী-ব’ৰ্ড ইয়াতে পাব৷ ই এক ফ’নেটিক কী-ব’ৰ্ড৷ ইয়াক মুখস্থ ৰাখিবলৈও অতি সহজ৷

Download
Lachit Keyboard for Mac

Mac

এপল মেকত লিখিবৰ বাবে অসমীয়া আৰু হিন্দী কী-ব’ৰ্ড ইয়াতে পাব৷ ই এক ফ’নেটিক কী-ব’ৰ্ড৷ ইয়াক মুখস্থ ৰাখিবলৈও অতি সহজ৷

Download
Assamese Keyboard for Linux

Linux

লিনাক্সৰ বাবে এখন সহজ কী-ব’ৰ্ড অতি শীঘ্ৰেই ৰাইজলৈ আগবঢ়োৱা হ’ব৷

Assamese Keyboard for Android

Android

লাচিত মাল্টিলিংগুৱেল কী-ব’ৰ্ড এণ্ড্ৰইড মবাইল তথা টেবলেটৰ বাবে এখন কী-ব’ৰ্ড৷ ইয়াত ইংৰাজী, অসমীয়া, বাংলা আৰু হিন্দী ভাষা সংলগ্ন কৰা আছে৷

Download
Assamese Keyboard for iPhone

iOS

এপল ক’ম্পেনীৰ আইফ’ন আৰু আইব’ৰ্ডৰ বাবে অসমীয়া কী-ব’ৰ্ড৷ অসমীয়া বৰ্ণমালাৰ প্ৰতিটো বৰ্ণ তথা চিহ্ন এই কী-ব’ৰ্ডত আছে৷

Download

লাচিত ৰূপান্তৰক (Lachit Converter)

ইউনিক’ডৰ পৰা গীতাঞ্জলিলৈ আৰু গীতাঞ্জলিৰ পৰা ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা সঁজুলি
Lachit Converter

Windows

মাইক্ৰ’ছফ্ট ৱিণ্ড’জৰ বাবে


Download
Lachit Converter

Mac

এপল মেকৰ বাবে


Download
Lachit Converter

Linux

লিনাক্সৰ বাবে


Download Ubuntu|Others

লাচিত বৰ্ণাশুদ্ধি নিবাৰক (Lachit Spellchecker)

Assamese Spell Checker

Windows

মাইক্ৰ’ছফ্ট ৱিণ্ড’জৰ বাবে


Download
Assamese Spell Checker

Mac

এপল মেকৰ বাবে


Download
Assamese Spell Checker

Linux

লিনাক্সৰ বাবে


Download
Assamese Spell Checker

Online SpellChecker

অনলাইন ব্ৰাউজাৰৰ বাবে


Click Here
Assamese Spell Checker

Android App

প্লে-ষ্ট’ৰৰ পৰা Download কৰি মবাইলতে বৰ্ণাশুদ্ধি নিবাৰণ কৰিব পৰা এপ


Lachit SpellChecker
Assamese Spell Checker

iOS App

এপ্‌-ষ্ট’ৰৰ পৰা Download কৰি মবাইলতে বৰ্ণাশুদ্ধি নিবাৰণ কৰিব পৰা এপ


Lachit SpellChecker

E-Book

আহক মবাইল আৰু টেবলেটত অসমীয়া ই-কিতাপ পঢ়োঁ৷

কিছুমান দুষ্প্ৰাপ্য পুৰণি কিতাপ আৰু পাঁচালী যিবোৰৰ কোনো কপিৰাইট নাই সেইবোৰ মবাইল আৰু টেবলেটত পঢ়িব পৰাকৈ ePub হিচাপে ই-কিতাপ সাজি দিয়া হৈছে৷ এই কিতাপবোৰ অসমীয়া উইকিউৎসৰ পৰা সংগ্ৰহ কৰা হৈছে৷ এইবোৰ পঢ়িবলৈ যিকোনো ই-বুক ৰিডাৰ বা Lithium নামৰ এপটো ব্যৱহাৰ কৰিব পাৰে৷

আমাৰ লক্ষ্য মাতৃভাষাৰ জয়জয়কাৰ৷

Read more
Assamese Ebook

ব্ৰাউজাৰ প্লাগ্‌-ইন

Spell Checker

লাচিত

মজিলা ফায়াৰফক্সৰ (Mozilla FireFox) বাবে বানান পৰীক্ষক প্লাগ্‌-ইন


ডাউনল’ড
Plugin

চিলাৰায়

গুগুল ক্ৰ’মৰ (Google Chrome) বাবে স্বয়ংক্ৰিয় পৰামৰ্শদাতা প্লাগ্‌-ইন


আহি আছে

অভিধান

Lachit Converter

ইংৰাজী-অসমীয়া

এখন ইংৰাজী অসমীয়া অভিধান৷ এই প্ৰকল্পটি অচিৰেই আৰম্ভ কৰা হ’ব৷ ইচ্ছুক স্বেচ্ছাসেৱকসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে৷

Lachit Keyboard

অসমীয়া-ইংৰাজী

এখন অসমীয়া ইংৰাজী অভিধান৷ এই প্ৰকল্পটি অচিৰেই আৰম্ভ কৰা হ’ব৷ ইচ্ছুক স্বেচ্ছাসেৱকসকলে আমাৰ লগত যোগাযোগ কৰিব পাৰে৷

অসমীয়া ফণ্ট (Assamese Font)

Assamese Printable Font

জ্যোতিৰূপা

জ্যোতিৰূপা ইউনিক’ড ফণ্ট

Download
Assamese Printable Unicode Font

ৰংমন

ৰংমন ইউনিক’ড ফণ্ট

Download
Assamese Font

লাচিত

অচিৰেই আহিব লাচিত ফণ্ট

আহি আছে
Assamese Font

লক্ষ্মীনাথ

অচিৰেই আহিব লক্ষ্মীনাথ ফণ্ট

আহি আছে

© 2021 Lachit.Org. Design by Team Lachit