কম্পিউটাৰ, মবাইল বা টেবলেটত সহজে অসমীয়া লিখিব পৰাকৈ কী-ব’ৰ্ড কিছুমান সাজি উলিওৱা হৈছে৷ সেইবোৰ ইয়াৰ পৰা Download কৰি ল’ব পাৰিব৷
Downloadইউনিক’ডৰ পৰা গীতাঞ্জলিলৈ বা গীতাঞ্জলিৰ পৰা লেখা ৰূপান্তৰ কৰিবলৈ এটা ৰূপান্তৰক ইয়াত পাব৷ এই সঁজুলিটোত বানানো শুদ্ধ কৰি ল’ব পাৰিব৷
Downloadকোনো এটা লেখাত থকা বঙালী ৰ; বিভক্তি, চন্দ্ৰবিন্দু, নিৰ্দেশাত্মক প্ৰত্যয়, যুক্তাক্ষৰ, ণত্ব বিধি-ষত্ব বিধি, যতিচিহ্ন, ঠিক কৰাৰ লগতে ২১০০টাৰ অধিক সততে ভুল হোৱা শব্দ ই এবাৰতে ঠিক কৰি দিয়ে৷
Downloadএই অভিধানত ইংৰাজী-অসমীয়া শব্দাৰ্থ; বৈজ্ঞানিক পৰিভাষা, আৰু প্ৰশাসনিক পৰিভাষা পাব৷
An All-in-One Dictionary for Assamese People.
জ্যোতিৰূপা আৰু ৰংমন দুটা ইউনিক’ড ফণ্ট য’ত য়-কাৰ আৰু ‘ৱ’ৰে যুক্তাক্ষৰ নোহোৱা সমস্যা দুটি ঠিক কৰি আগবঢ়োৱা হৈছে৷
Downloadপ্ৰয়োজনত ৰক্তদাতা বিচাৰি পোৱাত সহায় হোৱাকৈ এই এপটো নিৰ্মাণ কৰা হৈছে৷৷
Downloadকিছু পুৰণি তথা দুষ্প্ৰাপ্য পাঁচালী তথা কপিৰাইট মুক্ত কিতাপ অসমীয়া উইকিউৎসৰ (Assamese Wikisource) পৰা সংগ্ৰহ কৰি ই-বুক হিচাপে ইয়াত ৰখা হৈছে৷ এই কিতাপবোৰ মবাইল বা টেবলেটত পঢ়িবলৈ সুচল৷
Downloadগুগুল ক্ৰ’মৰ বাবে চিলাৰায় আৰু মজিলা ফায়াৰফক্সৰ বাবে দুটা প্লাগ্-ইন সজা হৈছিল৷ এই দুটাই বানান পৰীক্ষক আৰু স্বয়ং-নিৰ্দেশক(Auto suggestion) হিচাপে কাম কৰে৷
Downloadমাইক্ৰ’ছফ্ট ৱিণ্ড’জত লিখিবৰ বাবে অসমীয়া (ফ’নেটিক আৰু ইনস্ক্ৰিপ্ট), হিন্দী আৰু বাংলা কী-ব’ৰ্ড ইয়াতে পাব৷
Downloadএপল মেকবুকত লিখিবৰ বাবে অসমীয়া (ফ’নেটিক আৰু ইনস্ক্ৰিপ্ট), হিন্দী আৰু বাংলা কী-ব’ৰ্ড ইয়াতে পাব৷
Downloadলিনাক্সৰ বাবে এখন সহজ কী-ব’ৰ্ড অতি শীঘ্ৰেই ৰাইজলৈ আগবঢ়োৱা হ’ব৷
লাচিত মাল্টিলিংগুৱেল কী-ব’ৰ্ড এণ্ড্ৰইড মবাইল তথা টেবলেটৰ বাবে এখন কী-ব’ৰ্ড৷ ইয়াত ইংৰাজী, অসমীয়া, বাংলা আৰু হিন্দী ভাষা সংলগ্ন কৰা আছে৷
Downloadএপল ক’ম্পেনীৰ আইফ’ন আৰু আইব’ৰ্ডৰ বাবে অসমীয়া কী-ব’ৰ্ড৷ অসমীয়া বৰ্ণমালাৰ প্ৰতিটো বৰ্ণ তথা চিহ্ন এই কী-ব’ৰ্ডত আছে৷
Downloadএই অভিধানত ইংৰাজী-অসমীয়া শব্দাৰ্থ; বৈজ্ঞানিক পৰিভাষা, আৰু প্ৰশাসনিক পৰিভাষা পাব৷
An All-in-One Dictionary for Assamese People.
এই অভিধানত ইংৰাজী-অসমীয়া শব্দাৰ্থ; বৈজ্ঞানিক পৰিভাষা, আৰু প্ৰশাসনিক পৰিভাষা পাব৷
An All-in-One Dictionary for Assamese People.
এই অভিধানত ইংৰাজী-অসমীয়া শব্দাৰ্থ; বৈজ্ঞানিক পৰিভাষা, আৰু প্ৰশাসনিক পৰিভাষা পাব৷
An All-in-One Dictionary for Assamese People.
কিছুমান দুষ্প্ৰাপ্য পুৰণি কিতাপ আৰু পাঁচালী যিবোৰৰ কোনো কপিৰাইট নাই সেইবোৰ মবাইল আৰু টেবলেটত পঢ়িব পৰাকৈ ePub হিচাপে ই-কিতাপ সাজি দিয়া হৈছে৷ এই কিতাপবোৰ অসমীয়া উইকিউৎসৰ পৰা সংগ্ৰহ কৰা হৈছে৷ এইবোৰ পঢ়িবলৈ যিকোনো ই-বুক ৰিডাৰ বা Lithium নামৰ এপটো ব্যৱহাৰ কৰিব পাৰে৷
আমাৰ লক্ষ্য মাতৃভাষাৰ জয়জয়কাৰ৷
Read more